Little Known Facts About Assamese synonyms.

অকৃতকৃত্যতা, অকৃতকৰ্মতা, অকৃতাৰ্থতা, অচৰিতাৰ্থতা, অসফলতা, অসাফল্য, অসিদ্ধি, নিষ্ফলতা, বিফলতা, ব্যৰ্থতা৷

প্ৰাচীন, আদিম, অতীজ, অজীতৰ, পুৰণা, পুৰাতন, প্ৰত্ন

অনিদ্রা, উজাগৰ, তন্দ্ৰাহীনতা, নিদ্ৰাহীনতা, বিনিদ্ৰা, সজাগতা৷

অনেক, অগাধ, অতিশয়, অত্যধিক, অত্যন্ত, অধিক, অনল্প, উভৈনদী, ওৱাদানি, ঢেৰ, দেধাৰ, প্রচুৰ, প্ৰতুল, প্ৰভূত, বহু, বহুত, বিপুল, বিস্তৰ, বেছি, সমধিক৷

স্বৰ্ণ, সুবৰ্ণ, অগ্নিবীজ, কনক, হিৰণ্য, কাঞ্চন, হেম্, মহাধাতু

অপাৰগ, অসমৰ্থ, আশকতীয়া, দুৰ্বল, নিশকতীয়া, বলহীন, শক্তিহীন৷

Glosbe is a home for Many dictionaries. we offer don't just dictionary Assamese - English, but in addition dictionaries for every present pairs of languages - on the web and totally free.

ৰং–হৰ্ষ, স্ফূর্তি, সন্তোষ, পুলক, উল্লাস, বিনন্দ, আনন্দ, বিনোদ, বিনন্দীয়া আদি। ৰমনী–নাৰী, স্ত্ৰী, মহিলা, বণিতা, তিৰোতা, অৱলা, অঙ্গনা আদি।

ইচ্ছা–অভিপ্ৰায়, আকাঙ্খা, অভিলাস, হাবিয়াস, আগ্ৰহ, কামনা, বাঞ্ছা, স্পৃহা আদি।

অগ্নিমান্দ্য, অজীৰ্ণতা, পেটৰ অসুখ, বদহজম, মন্দাগ্নি৷

উত্তুংগ, উন্নত, তুংগ, তুংগী, প্রাংশু, প্ৰোচ্চ, প্ৰোন্নত, শালপ্ৰাংশু, সমুন্নত, সুউচ্চ, সুতুংগ৷

অৱনতি, অধোগতি, অধোগমন, অধোনমন, অৱনমন, নিম্নগমন, নিম্নগতি৷

অপাত্ৰ, অযোগ্য, আলাবাদু, এলাবাদু, এলাইবাদু৷

চৰাইখানা, চৰাইঘৰ, ধৰমশালা, more info পথিকশালা, পান্থশালা, পান্থনিবাস, মুছাফিৰখানা, যাত্ৰী-নিৱাস৷

Leave a Reply

Your email address will not be published. Required fields are marked *